Jump to content

২০২৪: পঞ্জীয়ন

From Wikimania
This page is a translated version of the page 2024:Registration and the translation is 80% complete.
Outdated translations are marked like this.
⧫ Collaboration of the Open ⧫

ৱিকিমেনিয়া ২০২৪ এখন হাইব্ৰিড অধিৱেশন হিচাপে আয়োজন কৰা হৈছে—ইয়াত শাৰীৰিকভাৱে বা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব পৰা যাব।

শাৰীৰিক পঞ্জীয়নৰ মাচুল হৈছে ১০০ মাৰ্কিন ডলাৰ। ইয়াৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু অনুষ্ঠানটোৰ প্ৰতিদিন (৭-১০ আগষ্ট)ৰ দুপৰীয়াৰ সাঁজৰ লগতে ৰাতিপুৱা আৰু আবেলিৰ জলপান, ৭ আৰু ১০ আগষ্টৰ ৰাতিৰ সাঁজ, ৭ আগষ্টৰ উদ্বোধনী অনুষ্ঠান আৰু ১০ আগষ্টৰ সামৰণি অনুষ্ঠান আৰু অনুষ্ঠানৰ প‌ণ্যবস্তু অন্তৰ্ভুক্ত। ছাত্ৰবৃত্তি লাভ কৰাসকলৰ বাবে পঞ্জীয়নৰ মাচুল সম্পূৰ্ণৰূপে ফাউণ্ডেশ্যনে বহন কৰিব।

ভাৰ্চুৱেল অনুষ্ঠানৰ ব্যয়সমূহ সম্পূৰ্ণৰূপে ফাউণ্ডেশ্যনে বহন কৰিব—ভাৰ্চুৱেল অংশগ্ৰহণ বিনামূলীয়া হৈ থাকিব।

আপুনি ইচ্ছা কৰিলে নিজকে অংশগ্ৰহণকাৰীৰ তালিকাত যোগ কৰিব পাৰে।